I am so pleased with this activity! It looks very good. I hope you team up with others doing similar work. Please get in touch with Professor Vijay Kumar Ambat from Cochin University; he too is interested in math education and has lots of useful information relevant for your website. The country needs youngsters with energy to start on such activities and build meaningful virtual communities. Also, please look up the innovation portal of the National Innovation Council. We need the education portal there to be active and I will ask someone from the innovation council to link up with you.

Prof. Sujatha Ramdorai.

(28th December, 2011)

গণিত চ’ৰা এটা অতি প্ৰশংসনীয় পদক্ষেপ। নৱ-প্ৰজন্মৰ মাজত গণিতৰ প্ৰতি আগ্ৰহ জন্মোৱা আৰু ভৱিষ্যতে সেই আগ্ৰহক দিকদৰ্শোৱাৰ ক্ষেত্ৰত গণিত চ’ৰাই এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। গণিত চ’ৰা যিহেতু ছাত্ৰ-ছাত্ৰীৰ দ্বাৰাই পৰিচালিত, গতিকে এই চ’ৰাই উঠি অহা চামৰ মনোজগতত সহজে প্ৰৱেশ কৰিব পাৰিব বুলি মই ভাবোঁ। এই চ’ৰাৰ উদ্যোক্তাসকললৈ মোৰ হিয়াভৰা অভিনন্দন তথা শুভেচ্ছা থাকিল।

- অনুপম শইকীয়া

(২৪ জানুৱাৰী, ২০১২)

The website is a real boon for maths enthusiasts and a pleasant surprise for those who break into a sweat at the very mention of algebra and trigonometry in school. In Assamese and English, it incorporates news, articles, cartoons, interviews, reviews, quiz, a problem-solving section and more.

- Alipta Jena.

(23rd November, 2011)

কাৰিকৰী দিশেৰে যদি আমি ৱেবছাইটটো চাওঁ তেন্তে ই এক যথেষ্ঠ উন্নতমানৰ ৱেবছাইট। আটকধুনীয়া মূল পৃষ্ঠাৰে ইয়াৰ প্ৰতিটো শিতানেই শৃংখলাবদ্ধভাৱে সজ্জিত কৰা হৈছে। প্ৰতিটো লেখনীৰ তলত লেখাটোৰ সন্দৰ্ভত মন্তব্য তথা বিষয়বস্তুৰ আলোচনা কৰিব পৰা এক সুব্যৱস্থাও ইয়াত ৰখা হৈছে। কেৱল গণিত বিষয়ক এক ৱেবছাইট নিৰ্মাণ কৰি উলিওৱাটো নিশ্চিতভাৱে এক অভিনৱ পদক্ষেপ। আশা কৰোঁ গণিত চ’ৰা ইণ্টাৰনেট জগতত এক মাইলৰ খুঁটি হিচাপে বিবেচিত হৈ ৰ’ব আৰু অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ গণিতৰ ক্ষেত্ৰখনত এক বিশেষ ভূমিকা গ্ৰহণ কৰি থাকিব।

- হিমজ্যোতি তালুকদাৰ

(জানুৱাৰী, ২০১২)

Collaborations

Leave a Reply

Your email address will not be published. Required fields are marked *

Post comment