প্ৰিয় উক্তি

১) Never doubt that a small group of thoughtful, committed citizens can change the world. Indeed, it is the only thing that ever has. (MARGARET MEAD)

কেতিয়াও সন্দেহ নকৰিবা যে এটি সৰু চিন্তাশীল, কৰ্ত্তব্যনিষ্ঠ নাগৰিক গোটে পৃথিৱীখন সলাব নোৱাৰিব। আচলতে ইয়েই এক চিৰসত্য। (মাৰ্গাৰেট মিড)

২) A ship in harbor is safe, but that is not what ships are built for. (WILLIAM SHEDD)

বন্দৰত জাহাজ সদায় সুৰক্ষিত, কিন্তু ই ইয়াৰ বাবে নিৰ্মিত নহয়। (উইলিয়াম শ্বেদ্দ)

(অধিক : “প্ৰজ্ঞাৰ পোহৰ »”)

প্ৰিয় লেখক
হোমেন বৰগোহাঞি
জে. এম. কোৱেৎজী
সৌৰভ কুমাৰ চলিহা
নৱকান্ত বৰুৱা
জেমছ ক্লীয়েৰ
বাৰ্ট্ৰাণ্ড ৰাছেল

প্ৰিয় ইনফ’গ্ৰাফিক লেখক